প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বিশ্ব জলবায়ু বিত্তক নতুন ৰূপ প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ সুযোগৰাজিত আলোকপাত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে
प्रविष्टि तिथि:
18 NOV 2025 12:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। ইয়াত অধিক স্বচ্ছতা আৰু সাধাৰণ মানদণ্ডৰে বিশ্ব জলবায়ু বিত্তক নতুন ৰূপ প্ৰদানৰ ক্ষেত্ৰত ব্যাপক সুযোগৰাজিত আলোকপাত কৰা হৈছে।
প্ৰবন্ধটোত ভাৰতৰ খচৰা জলবায়ু বিত্ত শ্ৰেণীবিভাজন আৰু বৰ্ধিত ঘৰুৱা সেউজ বিত্তক ব্যৱহাৰিক নেতৃত্বৰ উদাহৰণ হিচাপে অভিহিত কৰা হৈছে, যিয়ে ভৱিষ্যতৰ বাবে অধিক ফলপ্ৰসূ গোলকীয় গাঁথনিৰ পথ প্ৰদৰ্শন কৰিব পাৰে।
কেন্দ্ৰীয় মন্ত্ৰীজনে লিখা প্ৰবন্ধটোলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;
“কেন্দ্ৰীয় মন্ত্ৰী @byadavbjp-এ অধিক স্বচ্ছতা আৰু সাধাৰণ মানদণ্ডৰে বিশ্ব জলবায়ু বিত্তক নতুন ৰূপ প্ৰদানৰ ক্ষেত্ৰত ব্যাপক সুযোগৰাজিত আলোকপাত কৰিছে।
তেওঁ ভাৰতৰ খচৰা জলবায়ু বিত্ত শ্ৰেণীবিভাজন আৰু বৰ্ধিত ঘৰুৱা সেউজ বিত্তক ব্যৱহাৰিক নেতৃত্বৰ উদাহৰণ হিচাপে অভিহিত কৰে, যিয়ে ভৱিষ্যতৰ বাবে অধিক ফলপ্ৰসূ গোলকীয় গাঁথনিৰ পথ প্ৰদৰ্শন কৰিব পাৰে।“
………………………
MJPS/ST/SB
(रिलीज़ आईडी: 2191281)
आगंतुक पटल : 25
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam