প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চামোলীৰ মৰ্মান্তিক বৈদ্যুতিক দুৰ্ঘটনাত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে এককালীন সাহায্য ঘোষণা
পোষ্ট কৰা হৈছে:
19 JUL 2023 9:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চামোলিত সংঘটিত বিদ্যুৎ দুৰ্ঘটনাৰ বলি হোৱা লোকসকলৰ বাবে এককালীন সাহায্য ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এটা টুইটত কোৱা হৈছে:
"চামোলিত হোৱা এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকট আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ'বঃ প্ৰধানমন্ত্ৰী @narendramodi
(ৰিলিজ আই ডি : 2190704)
অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam