প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ পুনেস্থিত দগডুশেঠ মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা কৰে

পোষ্ট কৰা হৈছে: 01 AUG 2023 3:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ পুনেস্থিত দগডুশেঠ মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

“পুনেৰ শ্ৰীমন্ত দগডুশেঠ হালৱাই গণপতি মন্দিৰত প্ৰাৰ্থনা কৰি ধন্য অনুভৱ কৰিছোঁ।”

***

DS/TS/SB
 


(ৰিলিজ আই ডি : 2189532) অতিথি কক্ষ : 18