প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানৰ টংকত সাংসদ পাকঘৰৰ পদক্ষেপক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
28 APR 2023 10:17AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ টংকত সাংসদ পাকঘৰৰ পদক্ষেপৰ শলাগ লৈছে।
টংক-ছাৱাই মাধোপুৰৰ সাংসদ সুখবীৰ সিং জৌনাপুৰীয়াৰ এই টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"এটা প্ৰশংসনীয় প্ৰচেষ্টা! টংকৰ সাংসদ পাকঘৰৰ এই পদক্ষেপে দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে অপৰিসীম সকাহ কঢ়িয়াই আনিব।"
(ৰিলিজ আই ডি : 2189113)
অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam