প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত পুৰুষৰ ডিছকাছ থ্ৰ’-এফ১১ শাখাত ৰূপৰ পদক জয়ী মনু ঘাংগাছক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
26 OCT 2023 9:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত পুৰুষৰ ডিছকাছ থ্ৰ’-এফ১১ শাখাত ৰূপৰ পদক লাভ কৰা মনু ঘাংগাছক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছেঃ
"এছিয়ান পেৰা গেমছত পুৰুষৰ ডিছকাছ থ্ৰ’-এফ১১ শাখাত অসাধাৰণ প্ৰদৰ্শনৰ বাবে মনু ঘাংগাছক অভিনন্দন জনাইছো। তেওঁৰ শক্তি আৰু দক্ষতাই তেওঁৰ বাবে এক আকৰ্ষণীয় ৰূপৰ পদক অৰ্জন কৰি ভাৰতক গৌৰৱান্বিত কৰিছে।"
***
DS/RT/HS
(ৰিলিজ আই ডি : 2188784)
অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam