প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘অজ্ঞাত সৈনিকৰ সমাধি’ত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 25 AUG 2023 3:53PM by PIB Guwahati

২০২৩ চনৰ ২৫ আগষ্টত এথেন্সৰ ‘অজ্ঞাত সৈনিকৰ সমাধি’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘অজ্ঞাত সৈনিকৰ সমাধি’ত মাল্যাৰ্পণ কৰে। ইয়াৰ পিছত তেওঁ এক আনুষ্ঠানিক গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰে।

*******

DS/ST


(रिलीज़ आईडी: 2188268) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Telugu , Manipuri , Odia , Kannada , English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Tamil , Malayalam