প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছৰ বেডমিণ্টনৰ পুৰুষৰ ডাবলছত ব্ৰঞ্জৰ পদক জয়ৰ বাবে শিৱৰাজন, কষ্ণ নাগৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
26 OCT 2023 9:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত আজি বেডমিণ্টনৰ পুৰুষৰ ডাবলছত ব্ৰঞ্জৰ পদক জয়ৰ বাবে শিৱৰাজন, কষ্ণ নাগৰক অভিনন্দন জ্ঞাপন কৰিছে।
তেওঁ দলটোৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“শিৱৰাজন আৰু কৃষ্ণ নাগৰক পেৰা বেডমিণ্টন পুৰুষৰ ডাবলছ এছএইচ৬ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অভিনন্দন জনাইছো। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছো।”
***
DS/RT/DB
(ৰিলিজ আই ডি : 2188073)
অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam