প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লুক ফ্ৰিডেনক লাক্সেমবাৰ্গৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 20 NOV 2023 5:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লুক ফ্ৰিডেনক লাক্সেমবাৰ্গৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনায়।

এক্সত প্ৰধানমন্ত্ৰীৰ পোষ্টাৰ;

“লক্সেমবাৰ্গৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে @LucFriedenক আন্তৰিক অভিনন্দন জনাইছো। গণতান্ত্ৰিক মূল্যবোধ আৰু আইনৰ শাসন ব্যৱস্থাৰ ওপৰত আমাৰ সহযোগিতামূলক বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত ভাৰত-লক্সেমবাৰ্গ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে আগ্ৰহী হৈ আছো।“


(रिलीज़ आईडी: 2187279) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam