প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী গুৰু নানক দেৱ জীৰ পৰকাশ পুৰব উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
प्रविष्टि तिथि:
27 NOV 2023 9:53AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱজীৰ পৰকাশ পুৰব উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে শ্ৰী গুৰু নানক দেৱজীয়ে আনৰ সেৱা কৰা আৰু ভাতৃত্ববোধ ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ জৰিয়তে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ সবলীকৰণত অৰিহণা যোগায়।
প্ৰধানমন্ত্ৰীয়ে কালিৰ মন কী বাতত শ্ৰী গুৰু নানক দেৱজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;
‘শ্ৰী গুৰু নানক দেৱ জীৰ পৰকাশ পুৰবৰ শুভক্ষণ উপলক্ষে শুভেচ্ছা জনালো। আনৰ সেৱা কৰা আৰু ভাতৃত্ববোধ ত্বৰান্বিত কৰাৰ ওপৰত তেওঁৰ গুৰুত্বই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক শক্তি প্ৰদান কৰে। কালি মন কি বাততো তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।’
***
Dhiraj Singh / Siddhant Tiwari /DD
(रिलीज़ आईडी: 2186911)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam