প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ছাইৰ’-মালাবাৰ গীৰ্জাৰ মুৰব্বীক সাক্ষাৎ কৰে
प्रविष्टि तिथि:
04 NOV 2025 9:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছাইৰ’-মালাবাৰ গীৰ্জাৰ মুৰব্বী, মেজৰ আৰ্চবিশ্বপ হিজ বেটিটুড মষ্ট ৰেভাৰেণ্ড মাৰ ৰাফেল থাটিল, হিজ গ্ৰেচ আৰ্চবিশ্বপ ড° কুৰিয়াকোছে ভৰণিকুলাংগাৰ আদিৰ সৈতে মত-বিনিময় কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
'ছাইৰ'-মালাবাৰ গীৰ্জাৰ মুৰব্বী, মেজৰ আৰ্চবিশ্বপ হিজ বিটিটুড মষ্ট ৰেভাৰেণ্ড মাৰ ৰাফেল থাটিল, হিজ গ্ৰেচ আৰ্চবিশ্বপ ড° কুৰিয়াকোছে ভাৰানিকুলাংগাৰা আদিৰ সৈতে সুন্দৰ মত বিনিময় কৰিলো।'
***
MJPS/VJ/DM
(रिलीज़ आईडी: 2186615)
आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam
,
Malayalam