প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী লালদুহোমা আৰু তেওঁৰ দল জোৰাম পিপলছ মুভমেণ্টক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 04 DEC 2023 8:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰাম বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শ্ৰী লালদুহোমা আৰু তেওঁৰ দল জোৰাম পিপলছ মুভমেণ্টক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে মিজোৰামৰ প্ৰগতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

‘মিজোৰাম বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ বাবে জোৰাম পিপলছ মুভমেণ্ট আৰু শ্ৰীযুত লালদুহোমাক অভিনন্দন জনাইছো। মই মিজোৰামৰ প্ৰগতি আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছো।’

***

Dhiraj Singh / Siddhant Tiwari / MK


(रिलीज़ आईडी: 2183760) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam