প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে সিন্ধুদুৰ্গত নৌবাহিনী দিৱস উদযাপনৰ কিছু আভাস শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
04 DEC 2023 8:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গত নৌসেনা দিৱস উদযাপনৰ কিছু আভাস শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰেঃ
‘সিন্ধুদুৰ্গত অনুষ্ঠিত নৌসেনা দিৱসৰ কাৰ্যসূচীৰ কিছু আভাস। আমি ছত্ৰপতি শিৱাজী মহাৰাজৰ সৈতে ইমান ঘনিষ্ঠভাৱে জড়িত এখন ঠাইত এই বিশেষ দিনটো উদযাপন কৰিবলৈ সক্ষম হৈছো-এয়া অপূৰ্ব।’
“सिंधुदुर्गात होत असलेल्या नौदल दिनाच्या नेत्रदीपक सोहळ्याची ही क्षणचित्रे. छत्रपती शिवाजी महाराजांच्या आयुष्याशी जोडलेल्या या महत्त्वाच्या ठिकाणी आपण हा खास दिवस साजरा करू शकत आहोत, हे आनंददायी आहे.”
***
DS/TS/MK
(रिलीज़ आईडी: 2183758)
आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Manipuri
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam