প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মন কি বাতৰ ১২৭ সংখ্যক খণ্ডৰ আভাস শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 26 OCT 2025 8:19PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন কি বাতৰ ১২৭ সংখ্যক খণ্ডৰ আভাস শ্বেয়াৰ কৰে।

 

এক্সত দিয়া  পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়-

"মহান ষঠ  উৎসৱটো সংস্কৃতি, প্ৰকৃতি, সামাজিক ঐক্যৰ প্ৰতিফলন। দেশ বা বিশ্বৰ যিকোনো ঠাইতে থাকক কিয়, সুযোগ পালে ইয়াৰ অনন্য অভিজ্ঞতা উপভোগ কৰিবলৈ আপোনালোকক আহ্বান জনাইছো।

#MannKiBaat”

 

 

‘অম্বিকাপুৰ, ছত্তীশগড়ৰ প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ অনন্য পদক্ষেপেই হওক বা  বাংগালুৰুৰ কূপ তথা  হ্ৰদ পুনৰুজ্জীৱিত কৰাৰ অভিযানেই হওক, এইবোৰ এই কথাৰ প্ৰেৰণাদায়ক উদাহৰণ যে যদি আপুনি দৃঢ়প্ৰতিজ্ঞ হয়, তেন্তে কোনো পৰিৱৰ্তন সাধন কৰাটো কঠিন নহয়।

#MannKiBaat”

 

 

"'বন্দে মাতৰম'ত নিহিত  বিস্ময়কৰ আবেগে আমাক ভাৰত মাতৃৰ সন্তান হিচাপে আমাৰ দায়িত্বৰ কথা মনত পেলাই দিয়ে। ৭ নৱেম্বৰত আমি 'বন্দে মাতৰম'ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনত প্ৰৱেশ কৰিম আৰু মোৰ নাগৰিকসকলৰ বাবে এয়া বিশেষ অনুৰোধ...

#VandeMatram150

#MannKiBaat”

 

 

"আজি সংস্কৃত ভাষাই আমাৰ সংস্কৃতি আৰু ছ'চিয়েল মিডিয়াৰ জগতখনৰ পৰা জীৱনৰ নতুন গতি লাভ কৰাটো দেখিবলৈ পোৱাটো আনন্দদায়ক। এই দিশত আমাৰ বহু যুৱকৰ্মীয়ে যি  সুন্দৰ প্ৰচেষ্টা চলাইছে সেয়া গভীৰভাৱে প্ৰেৰণাদায়ক।"

#MannKiBaat”

 

 

“ভাৰতীয় কুকুৰৰ জাতক উৎসাহিত কৰা, সেইবোৰৰ প্ৰশিক্ষণত মনোনিৱেশ কৰা আৰু মূল কাৰ্য্যকলাপত জড়িত কৰোৱাৰ  বাবে বিএছএফ আৰু চিআৰপিএফক প্ৰশংসা কৰো।

@BSF_India

@crpfindia

#MannKiBaat”

 

‘এই ৩১ অক্টোবৰ বিশেষ হ’ব ,কাৰণ চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে।মই আপোনালোক সকলোকে, বিশেষকৈ মোৰ যুৱ বন্ধুসকলক সমগ্ৰ ভাৰততে ‘ৰাণ ফৰ ইউনিটি’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনাইছো।

#MannKiBaat”

 

 

“কোৰাপুট কফি বৰ সোৱাদযুক্ত।ই ওড়িশাৰ গৌৰৱ!

#MannKiBaat”

 

 

“ভাৰতৰ কফি নিজৰ উত্তম ৰূপৰ কফি।

 

ইয়াক ভাৰতত ব্ৰু কৰা হয় আৰু বিশ্বই ভালপায়!

#MannKiBaat”

 

 

“କୋରାପୁଟ କଫି ଅତ୍ୟନ୍ତ ସୁସ୍ୱାଦୁ। ଏହା ଓଡ଼ିଶାର ଗୌରବ।

#MannKiBaat”

 

 

“ಬೆಂಗಳೂರಿನಲ್ಲಿ ಸುಸ್ಥಿರ ಜೀವನವನ್ನು ಮತ್ತಷ್ಟು ಹೆಚ್ಚಿಸುವ ಶ್ಲಾಘನೀಯ ಪ್ರಯತ್ನದ ಪ್ರಮುಖಾಂಶಗಳು.

#MannKiBaat”

 

 

“छठ महापर्व संस्कृति, प्रकृति आरो सामाजिक एकता केरो प्रतिबिंब छेकै। हमरो आग्रह छै कि तोहं देश- दुनिया म कहीं भी रहो, मौका मिलैय त छठ के उत्सव म शामिल होय क एकरो अनूठा अनुभव के आनंद जरूर ल।

#MannKiBaat”

 

 

“छठ महापर्व संस्कृति , प्रकृति आऊर सामाजिक एकता के प्रतिबिम्ब बा । हमर आग्रह बा कि रऊआ लोगन देश-दुनिया में कहीं भी रही आ जब भी मौक़ा मिले त छठ के उत्सव में शामिल होके एकर अनूठा अनुभव के आनंद ज़रूर ली।

#MannKiBaat”

 

 

“छठि महापर्व संस्कृति, प्रकृति ओ सामाजिक एकताक प्रतिबिंब थिक। हमर आग्रह अछि जे अपने देश-दुनिया मे कतहु होइ, अवसर भेटय तऽ छठिक उत्सव मे सम्मिलित भऽकऽ एकर अनुपम अनुभवक आनंद अवश्य ली।

#MannKiBaat”

 

 

“থাইলেণ্ডৰ মাদাৰ কুইন  মহামহিম ৰাণী ছিৰিকিটৰ মৃত্যুত মই গভীৰভাৱে মৰ্মাহত  হৈছো।জনসেৱাৰ প্ৰতি তেওঁৰ আজীৱন সমৰ্পণে প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।এই গভীৰ শোকৰ মুহূৰ্তত  মহামহিম ৰজা, ৰজাঘৰীয়া পৰিয়াল আৰু থাইলেণ্ডৰ জনসাধাৰণলৈ মোৰ আন্তৰিক সমবেদনা।”

 

“एषः अतीव मोदावहः यत् अस्माकं संस्कृतेः माध्यमेन सामाजिकसञ्जालपटलानां च माध्यमेन संस्कृतं साम्प्रतं किञ्चन नवं प्राणवायुं प्राप्नोति। एतस्यां दिशि अस्माकं युवानः यथाविधान् रोचकप्रयासान् समाचरन्ति, तेषां प्रयासाः अतीव प्रेरणाप्रदायकाः सन्ति।

#MannKiBaat”

 

 

সাহসী কোমাৰাম ভীমক শ্ৰদ্ধাঞ্জলি জনাই ঔপনিৱেশিক শাসক আৰু নিপীড়নকাৰী নিজামৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁৰ কীৰ্তিচিহ্নস্বৰূপ প্ৰচেষ্টাৰ কথা মনত পেলালো।

#MannKiBaat”

 

 

“సాహసవీరుడైన కొమరం భీమ్‌కు నివాళులర్పించి, వలస పాలకులకు, నిరంకుశుడైన నిజాంకు వ్యతిరేకంగా ఆయన చేసిన పోరాటాన్ని స్మరించుకున్నాను.

#MannKiBaat”

 

 

"১৫ নৱেম্বৰত ভগৱান বীৰছা মুণ্ডাৰ জন্মবাৰ্ষিকী। আমি এই দিনটোক জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰো। জনজাতীয় লোকৰ অধিকাৰৰ বাবে তেওঁৰ সাহস আৰু সংগ্ৰামে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।"

#MannKiBaat”

 

***

MJPS/SR/DM


(Release ID: 2182767) Visitor Counter : 2