প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দীপাৱলী উপলক্ষ্যে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 20 OCT 2025 9:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি জীক সাক্ষাৎ কৰি শুভ দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এই বিষয়ত এনেদৰে  পোষ্ট কৰিছে:

“ৰাষ্ট্ৰপতি জীক  সাক্ষাৎ  কৰি শুভ দীপাৱলী  উপলক্ষ্যে  শুভেচ্ছা জনালোঁ।"

 

 

***

MJPS/VJ/DM


(रिलीज़ आईडी: 2181185) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam