|
I. সমাপ্ত কৰা নথিপত্ৰসমূহ
|
|
ক্ৰ.নং.
|
নথি
|
ক্ষেত্ৰ
|
|
1.
|
উদ্ভাৱন আৰু প্ৰযুক্তিৰ সন্দৰ্ভত ৰোডমেপ
|
নতুন আৰু উদীয়মান প্ৰযুক্তি
|
|
2.
|
গ্ৰীণ হাইড্ৰজেন ৰোডমেপ নথি মুকলি
|
সেউজ শক্তি
|
|
3.
|
অপৰাধমূলক বিষয়ত পাৰস্পৰিক আইনী সহায় চুক্তি (এমএলএটি)।
|
সুৰক্ষা
|
|
4.
|
গোপনীয় তথ্যৰ বিনিময় আৰু পাৰস্পৰিক সুৰক্ষাৰ চুক্তি
|
সুৰক্ষা
|
|
5.
|
সেউজ নগৰীয়া গতিশীলতা অংশীদাৰিত্বৰ ওপৰত জেডিআই-II
|
নগৰীয়া গতিশীলতা
|
|
6.
|
আইজিএছটিচিৰ অধীনত উন্নত সামগ্ৰীৰ বাবে ২+২ আহ্বানৰ ওপৰত জেডিআই
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
|
7.
|
মেক্স-প্লেংক-গেচেলশ্বাফ্ট ই.ভি. (এমপিজি) আৰু আন্তৰ্জাতিক তাত্ত্বিক বিজ্ঞান কেন্দ্ৰ (আইচিটিএছ), টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টিআইএফআৰ)ৰ মাজত বুজাবুজি চুক্তি
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
|
8.
|
মেক্স-প্লেংক-গেচেলশ্বাফ্ট ই.ভি. (এমপিজি) আৰু নেচনেল চেণ্টাৰ ফৰ বায়’লজিকেল ছায়েন্সেছ (এনচিবিএছ), টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টিআইএফআৰ)ৰ মাজত বুজাবুজি চুক্তি
|
বিজ্ঞান আৰু প্ৰযুক্তি
|
|
9.
|
ডি এছ টি আৰু জাৰ্মান একাডেমিক এক্সচেঞ্জ চাৰ্ভিচ (ডি এ এ ডি)ৰ মাজত উদ্ভাৱন আৰু ইনকিউবেচন বিনিময় কাৰ্যসূচীৰ সন্দৰ্ভত জে ডি আই
|
ষ্টাৰ্ট-আপ
|
|
10.
|
দুৰ্যোগ প্ৰশমনৰ ওপৰত ভাৰতীয় ৰাষ্ট্ৰীয় মহাসাগৰ তথ্য সেৱা কেন্দ্ৰ (INCOIS) আৰু জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছ (GFZ)ৰ মাজত বুজাবুজি চুক্তি
|
পৰিৱেশ আৰু বিজ্ঞান
|
|
11.
|
নেচনেল চেণ্টাৰ ফৰ পোলাৰ এণ্ড অ'চেন ৰিচাৰ্চ (এনচিপিঅ'আৰ) আৰু আলফ্ৰেড-ৱেগেনাৰ ইনষ্টিটিউট হেলমহল্টজ জেণ্ট্ৰাম ফিউয়াৰ মেৰু আৰু মিৰেছফৰ্শ্বুং (এডব্লিউআই)ৰ মাজত মেৰু আৰু মহাসাগৰ গৱেষণাৰ বুজাবুজি চুক্তি
|
পৰিৱেশ আৰু বিজ্ঞান
|
|
12.
|
কাউন্সিল অৱ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ – ইনষ্টিটিউট অৱ জিনমিক্স এণ্ড ইন্টিগ্ৰেটিভ বায়’লজি (চিএছআইআৰ – আইজিআইবি) আৰু লাইপজিগ বিশ্ববিদ্যালয়ৰ মাজত সংক্ৰামক ৰোগ জিনমিক্সৰ সহযোগী গৱেষণা আৰু উন্নয়নৰ বাবে জেডিআই
|
স্বাস্থ্য
|
|
13.
|
কাউন্সিল অৱ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ – ইনষ্টিটিউট অৱ জিনমিক্স এণ্ড ইন্টিগ্ৰেটিভ বায়’লজি (চি এছ আই আৰ – আই জি আই বি), অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ), লাইপজিগ বিশ্ববিদ্যালয় আৰু ভাৰতৰ উদ্যোগৰ অংশীদাৰসকলৰ মাজত ডায়েগনষ্টিক উদ্দেশ্যৰ বাবে ম’বাইল ছুটকেছ লেবৰ অংশীদাৰিত্বৰ বাবে জে ডি আই
|
স্বাস্থ্য
|
|
14.
|
ভাৰত-জাৰ্মানী পৰিচালনা প্ৰশিক্ষণ কাৰ্যসূচী (আই জি এম টি পি)ৰ ওপৰত জে ডি আই
|
অৰ্থনীতি আৰু বাণিজ্য
|
|
15.
|
দক্ষতা বিকাশ আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি
|
দক্ষতা বিকাশ
|
|
16.
|
শ্ৰম আৰু নিয়োগৰ উদ্দেশ্যৰ যৌথ ঘোষণা পত্ৰ
|
শ্ৰম আৰু নিয়োগ
|
|
17.
|
আই আই টি খড়গপুৰ আৰু জাৰ্মান একাডেমিক এক্সচেঞ্জ চাৰ্ভিচ (ডি এ এ ডি)ৰ মাজত জে ডি আইৰ মাজত সহযোগী পুঁজিৰে যুটীয়া গৱেষণা কাৰ্যসূচী ‘জাৰ্মান ইণ্ডিয়া একাডেমিক নেটৱৰ্ক ফৰ টুম’ৰ’ (জায়েণ্ট)’ ৰূপায়ণ কৰা হ’ব।
|
শিক্ষা আৰু গৱেষণা
|
|
18.
|
আই আই টি মাদ্ৰাজ আৰু টি ইউ ড্ৰেছডেনৰ মাজত ‘ট্ৰেন্সকেম্পাছ’ নামেৰে জনাজাত এক তীব্ৰ অংশীদাৰিত্ব স্থাপনৰ বাবে চুক্তিপত্ৰ
|
শিক্ষা আৰু গৱেষণা
|
|
II. মূল ঘোষণাসমূহ
|
|
19.
|
আই এফ চি-আই অ’ আৰত এজন জাৰ্মান যোগাযোগ বিষয়াক স্থাপন কৰা
|
|
20.
|
ইউৰোড্ৰ’ন কাৰ্যসূচীত ভাৰতৰ পৰ্যবেক্ষকৰ মৰ্যাদাৰ বাবে জাৰ্মানীয়ে সমৰ্থন
|
|
21.
|
ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ (IPOI)ৰ অধীনত জাৰ্মান প্ৰকল্প আৰু ২০ মিলিয়ন ইউৰোৰ পুঁজিৰ প্ৰতিশ্ৰুতি
|
|
22.
|
ভাৰত আৰু জাৰ্মানীৰ বৈদেশিক কাৰ্যালয় (আফ্ৰিকা, পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকা)ৰ মাজত আঞ্চলিক আলোচনা স্থাপন কৰা
|
|
23.
|
মাদাগাস্কাৰ আৰু ইথিওপিয়াত বাজৰা সম্পৰ্কীয় পাইলট প্ৰকল্প আৰু ত্ৰিকোণীয় উন্নয়ন সহযোগিতা (টিডিচি) কাঠামোৰ অধীনত কেমেৰুণ, ঘানা আৰু মালাৱিত সম্পূৰ্ণ পৰিসৰৰ প্ৰকল্প
|
|
24.
|
জিএছডিপি ডেচব'ৰ্ড মুকলি
|
|
25.
|
ভাৰত আৰু জাৰ্মানীৰ মাজত প্ৰথম আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰশিক্ষণ গোট স্থাপন
|