প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এন এছ জিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এন এছ জিৰ কৰ্মীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
16 OCT 2025 9:09PM by PIB Guwahati
এন এছ জি প্ৰতিষ্ঠা দিৱস উপলক্ষে এন এছ জিৰ কৰ্মীসকলৰ অতুলনীয় বীৰত্ব আৰু নিষ্ঠাক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ বিপদৰ পৰা দেশখনক ৰক্ষা কৰা, আমাৰ নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সম্পত্তি সুৰক্ষিত কৰাত এন এছ জিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
‘নেচনেল ছিকিউৰিটি গাৰ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এন এছ জিৰ সকলো জোৱানলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।এই বাহিনীটোৱে নিজৰ অতুলনীয় শৌৰ্য্য আৰু নিষ্ঠাৰ বাবে এক সকলোৰে পৰিচিত স্থান দখল কৰিছে।
সন্ত্ৰাসবাদৰ বিপদৰ পৰা দেশখনক ৰক্ষা কৰা, আমাৰ নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সম্পত্তি সুৰক্ষিত কৰাত এন এছ জিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।’
@nsgblackcats
***
MJPS/VJ/DM
(ৰিলিজ আই ডি : 2180225)
অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada