প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চলিত ৰণ উৎসবৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সকলোকে অক্ষত হোৱাইট ৰণ আৱিষ্কাৰ কৰিবলৈ আৰু কচ্চৰ আকৰ্ষণীয় সংস্কৃতি তথা উষ্ণ আতিথ্যৰ বিষয়ে জানিবলৈ আহ্বান জনাইছে
Posted On:
21 DEC 2024 10:08AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে ২০২৫ চনৰ মাৰ্চ মাহলৈ চলিবলগীয়া ৰণ উৎসবলৈ আমন্ত্ৰণ জনাইছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে এই উৎসৱক এক অবিস্মৰণীয় অভিজ্ঞতা হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছেঃ "কচ্চে আপোনালোক সকলোকে অপেক্ষা কৰিছে! আহক, চলিত ৰাণ উৎসবৰ সময়ত প্ৰকৃতিপ্ৰেমী হোৱাইট ৰাণ, কচ্চৰ আকৰ্ষণীয় সংস্কৃতি আৰু উষ্ণ আতিথ্যৰ বিষয়ে জানক।২০২৫ চনৰ মাৰ্চ মাহলৈকে চলিবলগীয়া এই উৎসৱটো আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা হোৱাৰ প্ৰতিশ্ৰুতি দিছে।
MJPS/VJ
(Release ID: 2178408)
Visitor Counter : 6
Read this release in:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam