প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভদ্ৰাসন যোগৰ ভিডিঅ' শ্বেয়াৰ কৰে

प्रविष्टि तिथि: 17 JUN 2024 10:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভদ্ৰাসন যোগৰ এক বিস্তৃত ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত জইণ্টৰ উপকাৰিতা আৰু হাঁড়ৰ বিষ হ্ৰাস কৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভদ্ৰাসন যোগৰ অৱস্থান পেটৰ বাবেও ভাল।

প্ৰধান মন্ত্ৰীয়ে X ত পোষ্ট কৰিছে;

"ভদ্ৰাসনয়ে আঁঠু সবল কৰে আৰু হাঁড়ৰ বিষ হ্ৰাস কৰে। ই পেটৰ বাবেও ভাল।' 

ভদ্ৰাসনৰ অনুশীলনে গাঠিসমূহক শক্তিশালী কৰে আৰু হাঁড়ৰ বিষ হ্ৰাস কৰে। ই পেটৰ বিষ দূৰ কৰাতো সহায় কৰে।"

https://x.com/narendramodi/status/1802542603600121861

DS/ST


(रिलीज़ आईडी: 2178352) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam