প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় এথলীট প্ৰীতি পালক ১০০ মিটাৰ টি৩৫ ইভেণ্টত ব্ৰঞ্জৰ পদক জয়ৰ বাবে অভিনন্দন জনাইছে
Posted On:
30 AUG 2024 6:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত ১০০ মিটাৰ টি৩৫ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰা ভাৰতীয় এথলীট প্ৰীতি পালক অভিনন্দন জনাইছে।
প্ৰধান মন্ত্ৰীয়ে X ত পোষ্ট কৰিছে;
"পেৰালিম্পিক ২০২৪ত ১০০ মিটাৰ টি-৩৫ ইভেণ্টত প্ৰীতি পালৰ ব্ৰঞ্জৰ পদক জয়ৰ লগে লগে ভাৰতৰ গৌৰৱ বৃদ্ধি পাইছে।
তেওঁক অভিনন্দন জনাইছো। এই সফলতাই নিশ্চিতভাৱে উদীয়মান খেলুৱৈসকলক উৎসাহিত কৰিব।
MJPS/ST
#Cheer4Bharat"
(Release ID: 2178317)
Visitor Counter : 2
Read this release in:
Odia
,
Kannada
,
Malayalam
,
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu