প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

'সাহকৰ সে সমৃদ্ধি'ৰ দৃষ্টিভংগীৰ লক্ষ্য সমবায় প্ৰতিষ্ঠানসমূহক স্বাৱলম্বী আৰু শক্তিশালী কৰি তোলা : প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 25 NOV 2024 2:55PM by PIB Guwahati

 


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে 'সহকাৰৰ পৰা সমৃদ্ধি'ৰ লক্ষ্য হৈছে সমবায় প্ৰতিষ্ঠানসমূহক আত্মনিৰ্ভৰশীল আৰু শক্তিশালী কৰি তোলা। শ্ৰী মোদীয়ে কয় যে শ্ৰী অমিত শ্বাহে লিখা প্ৰবন্ধটোৱে প্ৰশাসনিক আৰু নীতিগত সংস্কাৰৰ জৰিয়তে সমবায় খণ্ডক কিদৰে পুনৰুজ্জীৱিত কৰা হৈছে তাক আলোকপাত কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এক পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়,

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী @AmitShah য়ে প্ৰশাসনিক আৰু নীতিগত সংস্কাৰৰ জৰিয়তে সমবায় খণ্ডক কিদৰে পুনৰুজ্জীৱিত কৰা হৈছে তাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে 'সহকাৰৰ পৰা সমৃদ্ধি'ৰ লক্ষ্য হৈছে সমবায় প্ৰতিষ্ঠানসমূহক আত্মনিৰ্ভৰশীল আৰু শক্তিশালী কৰি তোলা।

MJPS/SR


(रिलीज़ आईडी: 2178289) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , Marathi , Manipuri , Odia , English , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam