প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
28 SEP 2025 9:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে।
এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখে-
“উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণন জীক সাক্ষাৎ কৰি তেওঁৰ সৈতে বহু বিষয়ত অন্তৰ্দৃষ্টিসম্পন্ন আলোচনাত মিলিত হ’লোঁ।
@VPIndia
@CPR_VP”
***
MJPS/SR
(ৰিলিজ আই ডি : 2172564)
অতিথি কক্ষ : 35
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam