প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নতুন জি এছ টিৰ হাৰ কৃষক আৰু কৃষিৰ বাবে কিদৰে অত্যন্ত লাভজনক সেই সম্পৰ্কে এটা লেখা শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 25 SEP 2025 6:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে লিখা  এটা প্ৰবন্ধ শ্বেয়াৰ কৰি নতুন জি এছ টিৰ হাৰ আমাৰ কৃষক আৰু কৃষি কাৰ্যকলাপৰ বাবে কেনেদৰে অত্যন্ত উপকাৰী সেই বিষয়ে আলোকপাত কৰে।

 

এক্সৰ  পিএমঅ’ ইণ্ডিয়াৰ হেণ্ডেলত এনেদৰে পোষ্ট কৰা হৈছেঃ

 

"নতুন জিএছটিৰ হাৰ আমাৰ কৃষক ভাই-ভনীসকলৰ বাবে অত্যন্ত উপকাৰী। ইয়াৰ দ্বাৰা কৃষি সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত তেওঁলোকৰ সঞ্চয় বৃদ্ধি পোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতিয়েও এক নতুন গতি লাভ কৰিব। ইয়াৰ সৈতে জড়িত কৃষি মন্ত্ৰী @ChouhanShivraj জীৰ  এই লেখাটো পঢ়ক..."

 

***

MJPS/SR/DM


(ৰিলিজ আই ডি : 2171722) অতিথি কক্ষ : 33