প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভে

কৃষি, সাৰ, খাদ্য প্ৰক্ৰিয়াকৰণ আদি ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ত আলোচনা

ভাৰত-ৰাছিয়াৰ বাৰ্ষিক শীৰ্ষ সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি পুটিনক ভাৰতলৈ আদৰণি জনোৱাৰ বাবে আগ্ৰহী বুলি প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 25 SEP 2025 8:57PM by PIB Guwahati

ৰাছিয়ান ফেডাৰেচনৰ উপ-প্ৰধানমন্ত্ৰী মহামহিম দিমিত্ৰী পাত্ৰুশ্বেভে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

কৃষি, সাৰ, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু অন্যান্য পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ত তেওঁলোকে আলোচনা কৰে।

ৰাষ্ট্ৰপতি পুটিনক উষ্ম শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে তেওঁক ভাৰতলৈ আদৰণি জনোৱাৰ বাবে তেওঁ আগ্ৰহী।

 

***

MJPS/SR/DM


(ৰিলিজ আই ডি : 2171710) অতিথি কক্ষ : 29