প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছৌদি আৰৱৰ গ্ৰেণ্ড মুফতি শ্বেইখ আব্দুলাজিজ বিন আব্দুল্লাহ বিন মহম্মদ আল আলশ্বেইখৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
24 SEP 2025 8:49AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছৌদি আৰৱৰ গ্ৰেণ্ড মুফতি শ্বেইখ আব্দুলাজিজ বিন আব্দুল্লাহ বিন মহম্মদ আল শ্বেইখৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
এক্স-ৰ এটা পোষ্টত তেওঁ কয়ঃ
"ছৌদি আৰৱৰ গ্ৰেণ্ড মুফতি শ্বেইখ আব্দুলাজিজ বিন আব্দুল্লাহ বিন মহম্মদ আল শ্বেইখ মহাশয়ৰ দুখজনক মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰিছো।দুখৰ এই মুহূৰ্তত দেশখনৰ লগতে ইয়াৰ জনসাধাৰণলৈ আমাৰ সমবেদনা জ্ঞাপন কৰাৰ উপৰি প্ৰাৰ্থনা জনাইছো।"
***
MJPS/SR/DD
(रिलीज़ आईडी: 2170458)
आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam