প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱী শৈলপুত্ৰীৰ ওচৰত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থনা

प्रविष्टि तिथि: 22 SEP 2025 9:29AM by PIB Guwahati

নৱৰাত্ৰিৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী শৈলপুত্ৰীৰ ওচৰত প্ৰাৰ্থনা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰে:

"নৱৰাত্ৰিৰ আজিৰ দিনটো মাতৃ শৈলপুত্ৰীৰ বিশেষ পূজাৰ দিন। মাতৃৰ মৰম আৰু আশীৰ্বাদেৰে সকলোৰে জীৱন সৌভাগ্য আৰু সুস্বাস্থ্যৰে ভৰি পৰক, তাৰ কামনা কৰিলো।"

***

MJPS/VJ/DD


(रिलीज़ आईडी: 2169514) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam