প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শিখ সংগতৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকত মূল মন্ত্ৰৰ সুন্দৰ পৰিবেশন বিশিষ্ট গায়িকা হৰ্ষদীপ কৌৰৰ
পোষ্ট কৰা হৈছে:
19 SEP 2025 4:46PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক শিখ সংগতৰ সৈতে বিশিষ্ট গায়িকা হৰ্ষদীপ কৌৰে সাক্ষাৎ কৰে। "শিখ সংগতৰ সৈতে হোৱা বৈঠকত বিশিষ্ট গায়িকা হৰ্ষদীপ কৌৰে মূল মন্ত্ৰৰ সুন্দৰ পৰিবেশন আগবঢ়ায়", শ্ৰী মোদীয়ে কয়।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ
শিখ সংগতৰ সৈতে হোৱা বৈঠকত বিশিষ্ট গায়িকা হৰ্ষদীপ কৌৰে মূল মন্ত্ৰৰ সুন্দৰ পৰিবেশন আগবঢ়ায়...
@HarshdeepKaur
***
MJPS/VJ/SB
(ৰিলিজ আই ডি : 2168700)
অতিথি কক্ষ : 25
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam