প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আৱেগক মই আন্তৰিকতাৰে শলাগ লৈছো আৰু সম্পূৰ্ণ সমৰ্থন জনাইছো: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী
পোষ্ট কৰা হৈছে:
06 SEP 2025 10:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আৱেগ আৰু ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নক আন্তৰিকতাৰে শলাগ লৈছে আৰু সম্পূৰ্ণ সমৰ্থন জনাইছে। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰত আৰু আমেৰিকাৰ এক অতি ইতিবাচক আৰু আগন্তুক দৃষ্টিভংগীৰ ব্যাপক আৰু বৈশ্বিক কৌশলগত অংশীদাৰিত্ব আছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত প্ৰধানমন্ত্ৰীয়ে এটা পোষ্টত লিখে;
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নৰ মই আন্তৰিকতাৰে শলাগ লৈছো আৰু সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো।
ভাৰত আৰু আমেৰিকাৰ এক অতি ইতিবাচক আৰু ভৱিষ্যতমুখী ব্যাপক আৰু বৈশ্বিক কৌশলগত অংশীদাৰিত্ব আছে।"
@realDonaldTrump
@POTUS
***
MJPS/VJ/DB
(ৰিলিজ আই ডি : 2164435)
অতিথি কক্ষ : 26
ত এই ৰিলিজটো পঢ়ক:
Odia
,
Punjabi
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Manipuri
,
Gujarati
,
Tamil
,
Telugu
,
Kannada