প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কৰম পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
03 SEP 2025 3:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰম পূজা উপলক্ষে সমগ্ৰ দেশবাসীক, বিশেষকৈ জনজাতীয় সমাজক শুভেচ্ছা জ্ঞাপন কৰে। "ভাই-ভনীৰ অবিচ্ছেদ্য প্ৰেমৰ প্ৰতীক এই উৎসৱত প্ৰকৃতিৰ পূজাৰো বিশেষ তাৎপৰ্য আছে", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়:
"কৰম পূজা উপলক্ষে সমগ্ৰ দেশবাসীক, বিশেষকৈ জনজাতীয় সমাজৰ মোৰ পৰিয়ালৰ লোকসকললৈ বহু শুভেচ্ছা জনালোঁ। ভাই-ভনীৰ অবিচ্ছেদ্য প্ৰেমৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা এই উৎসৱত প্ৰকৃতিৰ পূজাৰো বিশেষ তাৎপৰ্য আছে। এই শুভ অনুষ্ঠানটোৱে সকলোৰে বাবে সুখ, সৌভাগ্য আৰু সুস্বাস্থ্য কঢ়িয়াই অনাৰ লগতে পৰিৱেশ ৰক্ষাৰ বাবেও আমাক অনুপ্ৰাণিত কৰিব বুলি কামনা কৰিলোঁ।“
***
MJPS/VJ/DB
(ৰিলিজ আই ডি : 2163400)
অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam