প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্বব্যাপী প্ৰত্যাহ্বানৰ মাজতে ভাৰতৰ স্থিতিস্থাপক বৃদ্ধিৰ বিষয়ত আলোকপাত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
01 SEP 2025 5:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্বব্যাপী প্ৰত্যাহ্বানৰ মাজত ভাৰতৰ স্থিতিস্থাপক বৃদ্ধিৰ বিষয়ত আলোকপাত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে এক্সত দিয়া এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখিছে-
“স্থিতিস্থাপকতাই ভাৰতৰ অৰ্থনৈতিক যাত্ৰা আৰু বৃদ্ধিৰ কাহিনীৰ সংজ্ঞা নিৰ্ধাৰণ কৰে। ডিজিটেল ৰূপান্তৰৰ পৰা শক্তি সুৰক্ষা তথা সেউজ পৰিৱৰ্তনলৈ ভাৰতে ধাৰাবাহিকভাৱে প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰিছে।কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @HardeepSPuri ৰ এটি পঢ়িবলগীয়া গুৰুত্বপূৰ্ণ প্ৰবন্ধ।”
****
MJPS/SR/SKS/DM
(रिलीज़ आईडी: 2162966)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada