প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংবৎসৰীৰ শুভেচ্ছা জনাই ক্ষমা, মমতা আৰু নম্ৰতাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 27 AUG 2025 6:20PM by PIB Guwahati

সংবৎসৰীৰ শুভক্ষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ক্ষমা, কৰুণা আৰু প্ৰকৃত মানৱীয় সংযোগৰ চিৰন্তন মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ

সংবৎসৰী হৈছে ক্ষমাৰ সৌন্দৰ্য্য আৰু কৰুণা শক্তিৰ স্মৰণই মানুহক আন্তৰিকতাৰে সম্পৰ্ক সুদৃঢ় কৰিবলৈ অনুপ্ৰাণিত কৰে। এই শুভক্ষণত আমাৰ হৃদয় নম্ৰতাৰে পৰিপূৰ্ণ হওক আৰু আমাৰ কৰ্মই দয়া আৰু সদিচ্ছা দুয়োটাকে প্ৰতিফলিত কৰক। মিচামী দুক্কাদাম!

***

MJPS/SR/DB


(रिलीज़ आईडी: 2161347) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada