প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পি এম ইন্টাৰশ্বিপ আঁচনিখনে যি শক্তিশালী সমৰ্থন লাভ কৰিছে সেয়া উৎসাহজনক: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 17 JAN 2025 11:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনিখনে যি শক্তিশালী সমৰ্থন লাভ কৰিছে সেয়া উৎসাহজনক।

বিজনেছ ষ্টেণ্ডাৰ্ডৰ এটা বাতৰিৰ প্ৰবন্ধ NaMo App ত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে x ত পোষ্ট কৰে:

"পিএম ইন্টাৰশ্বিপ আঁচনিৰ প্ৰতি শক্তিশালী সমৰ্থন দেখি অতি সুখী হৈছো। আমাৰ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু ভৱিষ্যতৰ বাবে সাজু কৰ্মশক্তি সৃষ্টিৰ দিশত এইটো এক ডাঙৰ পদক্ষেপ।"

https://www.business-standard.com/industry/news/company-to-absorb-pm-internship-scheme-teamlease-study-125011601139_1.html


MJPS/SR


(रिलीज़ आईडी: 2159558) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam