প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হৈছে আমাৰ সজীৱ গণতন্ত্ৰক উদযাপন কৰা আৰু প্ৰতিজন নাগৰিকক নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ ক্ষমতা প্ৰদান কৰাঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
25 JAN 2025 8:45AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হৈছে আমাৰ সজীৱ গণতন্ত্ৰক উদযাপন কৰা আৰু প্ৰতিজন নাগৰিকক নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ ক্ষমতা প্ৰদান কৰা।
শ্ৰী মোদীয়ে এক্সত এটা পোষ্টত উল্লেখ কৰিছে যে:
‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হৈছে আমাৰ সজীৱ গণতন্ত্ৰক উদযাপন কৰা আৰু প্ৰতিজন নাগৰিকক নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ ক্ষমতা প্ৰদান কৰা। ইয়াত দেশৰ ভৱিষ্যত গঢ় দিয়াত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে। এই ক্ষেত্ৰত দৃষ্টান্তমূলক প্ৰচেষ্টা গ্ৰহণ কৰাৰ বাবে আমি ইচিআইক প্ৰশংসা কৰিছো।@ECISVEEP”
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2158876)
অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam