প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 07 AUG 2025 3:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে আজি আমাৰ জনসাধাৰণৰ সৃষ্টিশীলতা প্ৰতিফলিত কৰা আমাৰ চহকী বয়ন পৰম্পৰা উদযাপনৰ দিন। তেওঁ লগতে কয় যে ভাৰতৰ হস্ততাঁত বৈচিত্ৰ্য আৰু জীৱিকা তথা সমৃদ্ধিৰ প্ৰসাৰৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক লৈ আমি গৌৰৱান্বিত

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে,

“ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত আন্তৰিক শুভেচ্ছা জনালো!

আজি আমাৰ জনসাধাৰণৰ সৃষ্টিশীলতাক প্ৰতিফলিত কৰা আমাৰ চহকী বয়ন পৰম্পৰাক উদযাপনৰ এটা দিন। ভাৰতৰ হস্ততাঁত বৈচিত্ৰ্য আৰু জীৱিকা তথা সমৃদ্ধিৰ প্ৰসাৰৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক লৈ আমি গৌৰৱান্বিত৷’’

***

MJPS/ST/KD


(ৰিলিজ আই ডি : 2153710) অতিথি কক্ষ : 24