প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ য়ে ভাৰতীয় শিক্ষাক অধিক সামগ্ৰিক, সৰ্বাংগীন আৰু ভৱিষ্যতৰ বাবে সাজু কৰি কেনেদৰে ৰূপান্তৰিত কৰিছে সেই সম্পৰ্কীয় এটা লেখা শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 30 JUL 2025 1:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০য়ে ভাৰতীয় শিক্ষাক অধিক সামগ্ৰিক, সৰ্বাংগীন আৰু ভৱিষ্যতৰ বাবে সাজু কৰি কেনেদৰে ৰূপান্তৰিত কৰিছে সেই বিষয়ে ব্যাখ্যা কৰা হৈছে।

এক্সত শিক্ষা মন্ত্ৰালয়ৰ এটা পোষ্টৰ সঁহাৰি জনাই পিএমঅ’ ইণ্ডিয়াৰ হেণ্ডেলত কয়ঃ

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @dpradhanbjpয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০য়ে কেনেদৰে ভাৰতীয় শিক্ষাক অধিক সামগ্ৰিক, সৰ্বাংগীন আৰু ভৱিষ্যতৰ প্ৰতি সাজু কৰি তুলিছে সেই বিষয়ে ব্যাখ্যা কৰে। তেওঁ লগতে কয় যে পাঁচ বছৰৰ পাছত ইয়াৰ প্ৰভাৱ শ্ৰেণীকোঠাত স্পষ্টকৈ দেখা পোৱা যাব।”

***

MJPS/SR


(रिलीज़ आईडी: 2150078) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Bengali-TR , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Telugu , Kannada