প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গ্ৰেণ্ডমাষ্টাৰ দিব্যা দেশমুখক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
29 JUL 2025 6:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিব্যা দেশমুখক কেৱল ২০২৫ চনৰ ফিডে মহিলা বিশ্বকাপ জয় কৰাৰ লগতে গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ বাবেও অভিনন্দন জনাইছে। "তেওঁৰ সাফল্যই বহু লোকক অনুপ্ৰাণিত কৰিব আৰু যুৱক-যুৱতীসকলৰ মাজত দবা খেল অধিক জনপ্ৰিয় হোৱাত অৰিহণা যোগাব", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
"ভাৰতীয় দবাৰ বাবে এয়া এক অভূতপূৰ্ব দিন!
দিব্যা দেশমুখে কেৱল ২০২৫ চনৰ ফিডে মহিলা বিশ্বকাপ জয় কৰাই নহয়, গ্ৰেণ্ডমাষ্টাৰ হিচাপেও পৰিগণিত হৈছে। তেওঁক অভিনন্দন জনাইছো। তেওঁৰ সাফল্যই বহু লোকক অনুপ্ৰাণিত কৰিব আৰু যুৱক-যুৱতীসকলৰ মাজত দবা খেল অধিক জনপ্ৰিয় হোৱাত অৰিহণা যোগাব। "
@DivyaDeshmukh05
***
MJPS/VJ/HS
(ৰিলিজ আই ডি : 2149591)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam