প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজস্থানৰ ঝালাৱাৰৰ বিদ্যালয়ত সংঘটিত দুৰ্ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 25 JUL 2025 11:17AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ঝালাৱাৰৰ এখন বিদ্যালয়ত সংঘটিত দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয়, এই জটিল সময়ত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়াললৈ  মোৰ সমবেদনা জ্ঞাপন কৰিছো।"

 

এক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰে :

"ৰাজস্থানৰ ঝালাৱাৰৰ এখন বিদ্যালয়ত সংঘটিত দুৰ্ঘটনাটো মৰ্মান্তিক আৰু অত্যন্ত দুখজনক। এই জটিল সময়ত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়াললৈ  মোৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো সংশ্লিষ্ট কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে : প্ৰধানমন্ত্ৰী @narendramodi"

***

MJPS/VJ/KD


(Release ID: 2148792)