প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়া পদক্ষেপৰ সাফল্যৰ ১০ বছৰ সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে

পোষ্ট কৰা হৈছে: 01 JUL 2025 11:04AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিটেল ইণ্ডিয়া পদক্ষেপৰ সাফল্যৰ ১০ বছৰ আৰু ভাৰতৰ বিকাশৰ পৰিক্ৰমাত ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত তেখেতে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে লিখিছেঃ

"আমি #10YearsOfDigitalIndia-ত উপনীত হোৱাৰ সময়তে লিংকডইনত ভাৰতৰ বিকাশৰ পৰিক্ৰমাত এই পদক্ষেপৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত চিন্তাৰাজি ব্যক্ত কৰিছোঁ।"

***

MJPS/VJ/SB


(ৰিলিজ আই ডি : 2141330) অতিথি কক্ষ : 27