প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জি-৭ সন্মিলনত জাপানৰ প্ৰধানমন্ত্ৰীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
18 JUN 2025 3:00PM by PIB Guwahati
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বিগেৰু ইছিবাৰ সৈতে অন্তৰ্দৃষ্টিসম্পন্ন আলোচনাত মিলিত হয়। নেতাদ্বয়ে দৃঢ়তাৰে কয় যে ভাৰত আৰু জাপান ভিন্ন খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰকৰণৰ বাবে দায়বদ্ধ হৈ আছে।
এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“কানাডাত অনুষ্ঠিত জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ সৈতে অন্তৰ্দৃষ্টিসম্পন্ন আলোচনাত মিলিত হওঁ। ভাৰত আৰু জাপান ভিন্ন খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰকৰণৰ বাবে দায়বদ্ধ হৈ আছে।
@shigeruishiba”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2137395)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam