প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জি-৭ সন্মিলনত যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
18 JUN 2025 2:55PM by PIB Guwahati
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম কীৰ ষ্টাৰমাৰৰ সৈতে মত-বিনিময় কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু যুক্তৰাজ্যৰ সম্পৰ্ক সুদৃঢ় হৈ উঠিছে, এয়া আমি সামৰি লোৱা বাণিজ্য আৰু ব্যৱসায়িক ক্ষেত্ৰখনত প্ৰতিফলিত হৈছে।
এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
"প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰৰ সৈতে এক অগতানুগতিক বাৰ্তালাপত মিলিত হওঁ! ভাৰত আৰু যুক্তৰাজ্যৰ সম্পৰ্ক সুদৃঢ় হৈ উঠিছে, এয়া আমি সামৰি লোৱা বাণিজ্য আৰু ব্যৱসায়িক ক্ষেত্ৰখনত প্ৰতিফলিত হৈছে। আমি এই বন্ধুত্বক অধিক গতি প্ৰদান কৰিবলৈ একেলগে কাম কৰি যাম। @Keir_Starmer”
***
MJPS/SR/SB
(ৰিলিজ আই ডি : 2137388)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam