প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জি-৭ সন্মিলনৰ আঁৰত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 18 JUN 2025 2:51PM by PIB Guwahati

১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম চাইৰিল ৰামাফোছাৰ সৈতে মত-বিনিময় কৰে।

এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ

“জি-৭ সন্মিলনত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ সৈতে মত-বিনিময় কৰি সন্তোষ পালোঁ। @CyrilRamaphosa”

***

MJPS/SR/SB


(रिलीज़ आईडी: 2137368) आगंतुक पटल : 36
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Gujarati , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Tamil , Telugu , Kannada , Malayalam