প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিগত ১১ বছৰত ভাৰতৰ ডিজিটেল সংযোগ বিপ্লৱৰ ওপৰত আলোকপাত কৰা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 10 JUN 2025 2:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিগত ১১ বছৰত ভাৰতৰ ডিজিটেল সংযোগক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ এক্স পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়:

 “আমাৰ চৰকাৰে দেশক ডিজিটেল সংযোগৰ ক্ষেত্ৰত বিশ্বমানৰ সা-সুবিধা প্ৰদানৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। কেন্দ্ৰীয় মন্ত্ৰী @JM_Scindia ji-ই তেওঁৰ প্ৰৱন্ধত বিতংভাৱে ব্যাখ্যা কৰিছে যে যোৱা ১১ বছৰত ইয়াত যি সফলতা লাভ কৰা সফলতাই আমাক এই দিশত আৰু অধিক দ্ৰুতগতিত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছে।”

***

MJPS/SR/DB


(Release ID: 2135370)