প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চেনাব ৰে’ল সেতুৰ ওপৰত উৰিছে ত্ৰিৰংগাঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
06 JUN 2025 2:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱৰ প্ৰতীকস্বৰূপ চেনাব ৰে’ল দলঙত ত্ৰিৰংগা পতাকা উত্তোলন উদযাপন কৰি ইয়াক এক অপৰিসীম ৰাষ্ট্ৰীয় গৌৰৱৰ মুহূৰ্ত আৰু আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ডত ভৱিষ্যতৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ সাক্ষ্য হিচাপে বৰ্ণনা কৰে।
এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
"চেনাব ৰে’ল সেতুৰ ওপৰতগৌৰৱেৰে ত্ৰিৰংগা উৰিছে!
এই সেতুখনে বিৰতিহীনভাবে উচ্চাকাংক্ষাক কাৰ্য্যকৰীকৰণৰ সৈতে একত্ৰিত কৰিছে, যিটো এক অপৰিসীম গৌৰৱৰ অনুভূতি। আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ডত ভৱিষ্যতৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ভাৰতৰ বৰ্ধিত ক্ষমতাক ই প্ৰতিফলিত কৰে।"
***
MJPS/ST/HS
(ৰিলিজ আই ডি : 2134555)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam