প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৫ চনৰ নৰ'ৱে দবা প্ৰতিযোগিতাত মেগনাছ কাৰ্লছেনৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে জয়লাভ কৰা গুকেশক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
02 JUN 2025 8:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৰ'ৱে দবা প্ৰতিযোগিতা২০২৫ৰ ষষ্ঠ ৰাউণ্ডত মেগনাছ কাৰ্লছেনৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে জয়ী হোৱাৰ বাবে গুকেশক অভিনন্দন জনাইছে।প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় , "বিশ্বৰ ১ নং দবা খেলুৱৈৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে তেওঁক অভিনন্দন।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত কয় -
"এক অভূতপূৰ্ভ সাফল্য গুকেশৰ ! শ্ৰেষ্ঠ খেলুৱৈৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে তেওঁক অভিনন্দন। নৰ'ৱে দবা ২০২৫ৰ ৬ষ্ঠ ৰাউণ্ডত মেগনাছ কাৰ্লছেনৰ বিৰুদ্ধে তেওঁৰ প্ৰথম জয়ে তেওঁৰ প্ৰতিভা আৰু নিষ্ঠাৰ প্ৰতিফলন ঘটাইছে। মই তেওঁৰ আগন্তুক যাত্ৰাত সফলতা অব্যাহত ৰখাৰ কামনাৰে শুভেচ্ছা জনাইছো ।"
@DGukesh
MJPS/VJ/DM
(रिलीज़ आईडी: 2133427)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada