প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দ্বিতীয় অসামৰিক অভিষেক অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
27 MAY 2025 10:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিতীয় অসামৰিক অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰে, য'ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। "পদ্মা বঁটা বিজয়ীসকলে আমাৰ সমাজলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। পদ্ম বঁটা প্ৰদান কৰাসকলৰ জীৱন যাত্ৰা অতি প্ৰেৰণাদায়ক", শ্ৰী মোদীয়ে লগতে কয়।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
"দ্বিতীয় অসামৰিক অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলো, য'ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। পদ্ম বঁটা বিজয়ীসকলে আমাৰ সমাজলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। পদ্ম বঁটা প্ৰদান কৰাসকলৰ জীৱন যাত্ৰা অতি প্ৰেৰণাদায়ক।"
***
MJPS/VJ/DB
(रिलीज़ आईडी: 2132271)
आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam