প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী এন টি ৰামা ৰাওলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
28 MAY 2025 9:41AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী এন টি ৰামা ৰাওলৈ তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। "সমাজলৈ আগবঢ়োৱা সেৱা তথা দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ সবলীকৰণৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে তেওঁক ব্যাপকভাৱে প্ৰশংসা কৰা হয়", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰেঃ
"এন টি আৰৰ জয়ন্তীত মই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। সমাজলৈ আগবঢ়োৱা সেৱা তথা দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ সবলীকৰণৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে তেওঁক ব্যাপকভাৱে প্ৰশংসা কৰা হয়। তেওঁৰ চলচ্চিত্ৰৰ কামসমূহেও দৰ্শকক আকৰ্ষিত কৰি আহিছে। আমি সকলোৱে তেওঁৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত হৈছো।
মোৰ বন্ধু চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশৰ এন ডি এ চৰকাৰে এন টি আৰৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে। "
****
MJPS/VJ/HS
(रिलीज़ आईडी: 2131945)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam