তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চি ভ্ৰমণ বৈদেশিক সচিব শ্ৰী বিক্ৰম মিশ্ৰীৰ (২৭ মে’-২৯মে’, ২০২৫)

Posted On: 26 MAY 2025 6:58PM by PIB Guwahati

মাৰ্কিন প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰাৰ বাবে ২৭-২৯ মে’, ২০২৫লৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চি ভ্ৰমণ কৰিব বৈদেশিক সচিব শ্ৰী বিক্ৰম মিশ্ৰীয়ে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত দুয়োপক্ষই একবিংশ শতিকাৰ বাবে ভাৰত-মাৰ্কিন কম্পেক্ট(Catalysing Opportunities for Military Partnership, Accelerated Commerce & Technology)ৰ শুভাৰম্ভ কৰিছিল। সেই ভ্ৰমণৰ অনুসৰণ কৰি মিশ্ৰীয়ে এই ভ্ৰমণ কৰিব।

***

Vivek Vaibhav/DB
 


(Release ID: 2131508)