প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘বাসৱা জয়ন্তী’ত ‘জগতগুৰু’ বাসৱেশ্বৰালৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Posted On:
30 APR 2025 8:55AM by PIB Guwahati
‘বাসৱা জয়ন্তী’ৰ শুভ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্র মোদীয়ে ‘জগতগুৰু’ বাসৱেশ্বৰাৰ গভীৰ জ্ঞান আৰু শাশ্বত উত্তৰাধিকাৰিত্বলৈ শ্ৰদ্ধা নিৱেদন কৰে। দ্বাদশ শতিকাৰ দাৰ্শনিক আৰু সমাজ সংস্কাৰকগৰাকীক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত প্ৰেৰণ কৰা এলানি ‘প'ষ্ট’ত উল্লেখ কৰিছে:
“বাসৱা জয়ন্তীৰ শুভ উপলক্ষত আমি জগতগুৰু বাসৱেশ্বৰাৰ গভীৰ জ্ঞানক স্মৰণ কৰিছোঁ। সমাজৰ বাবে তেওঁৰ চিন্তা আৰু বঞ্চিতসকলৰ উত্তৰণৰ বাবে তেওঁ কৰা অশেষ প্রচেষ্টাই আমাক পথ প্ৰদৰ্শিত কৰি ৰাখিব।”
“ಬಸವ ಜಯಂತಿಯ ಶುಭ ಸಂದರ್ಭದಲ್ಲಿ, ಜಗದ್ಗುರು ಬಸವೇಶ್ವರರ ಆಳವಾದ ಜ್ಞಾನವನ್ನು ನಾವು ಸ್ಮರಿಸುತ್ತೇವೆ. ಸಮಾಜಕ್ಕಾಗಿ ಅವರ ದೃಷ್ಟಿಕೋನ ಮತ್ತು ವಂಚಿತರನ್ನು ಮೇಲೆತ್ತಲು ಅವರ ಅವಿಶ್ರಾಂತ ಪ್ರಯತ್ನಗಳು ನಮಗೆ ಸದಾ ಮಾರ್ಗದರ್ಶನ ನೀಡುತ್ತಿರುತ್ತವೆ.”
***
MJPS/SR/KB
(Release ID: 2125356)
Visitor Counter : 32
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam