প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰীগুৰু টেগ বাহাদুৰৰ শুভ প্ৰকাশ পৰ্বত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
प्रविष्टि तिथि:
18 APR 2025 12:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে আজি শ্ৰীগুৰু টেগ বাহাদুৰৰ শুভ প্ৰকাশ পৰ্ব উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শ্ৰী গুৰু টেগ বাহাদুৰৰ জীৱনটো সাহস আৰু দয়ালু সেৱাৰ প্ৰতিমূৰ্তি, যিয়ে অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াত অটল আছিল।
এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ
"শ্ৰদ্ধাৰ গুৰু টেগ বাহাদুৰ জীৰ প্ৰকাশ পৰ্বৰ শুভ ক্ষণত আমাৰ পবিত্ৰ ভূমিৰ অন্যতম শ্ৰেষ্ঠ আধ্যাত্মিক পথ প্ৰদৰ্শকগৰাকীলৈ মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ জীৱন সাহস আৰু দয়ালু সেৱাৰ প্ৰতিমূৰ্তি। অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াত তেওঁ অটল আছিল। তেওঁৰ শিক্ষাই আমাক তেওঁ কল্পনা কৰা সমাজখন গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰি থাকিব।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2122794)
आगंतुक पटल : 36
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Assamese
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada