প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অলিম্পিকৰ পদক বিজয়ী তথা বিশিষ্ট খেলুৱৈ, কৰ্ণাম মালেশ্বৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 15 APR 2025 9:37AM by PIB Guwahati

অলিম্পিকৰ পদক বিজয়ী তথা বিশিষ্ট খেলুৱৈ, কৰ্ণাম মালেশ্বৰীয়ে কালি যমুনা নগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। যুৱ খেলুৱৈসকলক মেণ্টৰ কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে এক্সত এটা পোষ্টত লিখিছে:

“কালি যমুনা নগৰত অলিম্পিক পদক বিজয়ী তথা বিশিষ্ট খেলুৱৈ, কৰ্ণাম মালেশ্বৰীক লগ পালোঁ। এগৰাকী ক্ৰীড়াবিদ হিচাপে তেওঁৰ সফলতাক লৈ ভাৰতে গৌৰৱান্বিত।সমানে প্ৰশংসনীয় যুৱ খেলুৱৈসকলৰো মেণ্টৰ হিচাপে কা্যনিৰাহ কদৰ প্ৰচেষ্টা।”

 

**

MJPS/SR/DB


(ৰিলিজ আই ডি : 2122533) অতিথি কক্ষ : 24