প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেপ্তেইন বিজয়কান্তৰ সমাজসেৱাক স্মৰণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 APR 2025 11:04PM by PIB Guwahati

 

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেপ্তেইন বিজয়কান্তৰ সৈতে তেওঁৰ বন্ধুত্বৰ কথা স্মৰণ কৰাৰ লগতে কেপ্তেইন বিজয়কান্তে সমাজলৈ আগবঢ়াই যোৱা অৱদানৰ কথাও সোঁৱৰণ কৰে।

X ত শ্ৰীমতী প্ৰেমলতা বিজয়কান্তে কৰা এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখিছে:

“মোৰ প্ৰিয় বন্ধু কেপ্তেইন বিজয়কান্ত আছিল সদায়েই বিশেষ!

বছৰ বছৰ ধৰি তেওঁ আৰু মই ঘনিষ্ঠতাৰে যোগাযোগত আছিলো আৰু একেলগে কামো কৰিছিলোঁ।

তেওঁ সমাজৰ বাবে কৰা ভাল কামবোৰৰ বাবে প্ৰজন্মৰ পিছত প্ৰজন্মই তেওঁক মনত ৰাখিব।

@PremallathaDmdk”

***

MJPS/SR


(रिलीज़ आईडी: 2121776) आगंतुक पटल : 29
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam